শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

অক্টোবৰত অনুষ্ঠিত হ’বনে টি-২০ ক্ৰিকেট বিশ্বকাপ…

645
  • অক্টোবৰত হ’বলগীয়া টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে।
  • বৃহস্পতিবাৰে এই সন্দৰ্ভত আই চি চিৰ মুখ্য কাৰ্যবাহী কমিটীৰ সদস্যৰ মাজত হোৱা টেলি কনফাৰেঞ্চত বিশদ ভাবে আলোচনা কৰা হয়।
  • সভাত অংশগ্ৰহণ কৰে বিচিচিআইৰ সচিব জয় শ্বাহে।
  • বৈঠকত পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি