অক্টোবৰত অনুষ্ঠিত হ’বনে টি-২০ ক্ৰিকেট বিশ্বকাপ…

অক্টোবৰত অনুষ্ঠিত হ’বনে টি-২০ ক্ৰিকেট বিশ্বকাপ…
  • অক্টোবৰত হ'বলগীয়া টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে।
  • বৃহস্পতিবাৰে এই সন্দৰ্ভত আই চি চিৰ মুখ্য কাৰ্যবাহী কমিটীৰ সদস্যৰ মাজত হোৱা টেলি কনফাৰেঞ্চত বিশদ ভাবে আলোচনা কৰা হয়।
  • সভাত অংশগ্ৰহণ কৰে বিচিচিআইৰ সচিব জয় শ্বাহে।
  • বৈঠকত পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in