ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান

ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান
  • ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ স্পাইছজেট ৬৪৮১ বিমানখন।
  • গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰাৰ সময়তে ৰায়পুৰত জৰুৰী অবৰতণ কৰা হয় যাত্ৰীবাহী বিমানখন।
  • বিমানখনৰ ভিতৰত থকা এজন যাত্ৰী আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে এই অৱতৰণ।
  • বিমানখন উৰা মৰাৰ কিছু সময় পিছতে হৃদযন্ত্ৰত অসহ্য বিষ অনুভৱ কৰে জীতেন্দ্ৰ সিন্ধে নামৰ যাত্ৰীজনে।
  • তাৰ পিছতে ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমান বন্দৰত অৱতৰণ কৰি লোকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in