স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ, হঠাৎ অসুস্থ হৈ মৃত্যু যাত্ৰীৰ…

ফাইল ফটো
ফাইল ফটো
  • স্পাইচজেটৰ এখন বিমান দেওবাৰে জৰুৰীকালীনভাৱে অৱতৰণ কৰে ভূৱনেশ্বৰত।
  • চেন্নাইৰ পৰা কলকাতা অভিমুখে উৰা মাৰিছিল স্পাইচজেটৰ ৬২৩ বিমানখন।
  • এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে বিমান উৰাৰ পাছত।
  • উশাহ লোৱাত অসুবিধা পাইছিল ৪৮বছৰীয়া যাত্ৰীগৰাকীয়ে।
  • তাৰপাছতেই তৎকালীনভাৱে অৱতৰণ কৰা হৈছিল বিমানখন।
  • অসুস্থ যাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in