বোকাজান আৰক্ষীৰ বিশেষ অভিযানত জব্দ .২২ এম এম এটি পিষ্টল,মিগজিন সহ দুই জাই গুলী…

বোকাজান আৰক্ষীৰ বিশেষ অভিযানত জব্দ .২২ এম এম এটি পিষ্টল,মিগজিন সহ দুই জাই গুলী…
  • বোকাজান আৰক্ষীৰ বিশেষ অভিযান।
  • অভিযানত জব্দ .২২ এম এম পিষ্টল, এটা মেগজিন আৰু দুই জাই গুলি।
  • এনএল ০৭ ইবি ০৭৮৮ নম্বৰৰ এখন স্কুটিত আনিছিল পিষ্টলটো।
  • ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ বাবে আনিছিল পিষ্টলটো।
  • অভিযানত ধৃত আচকা চেমা (২০) নামৰ লোকজনক অসম নাগালেণ্ড সীমান্তৰ পৰা খটখটি আৰক্ষীয়ে আটক কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in