শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

১ অক্টোবৰ পৰা বিশেষ মেট্ৰিক পৰীক্ষা…

  • ঘোষণা কৰা হ’ল বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী।
  • আগন্তুক ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।
  • ১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা।
  • ৪ অক্টোবৰত অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা।
  • ৮ অক্টোবৰত অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা।
  • ৯ অক্টোবৰত অনুষ্ঠিত হ’ব ঐচ্ছিত গণিত, ঐচ্ছিক অসমীয়া, সংস্কৃত, হিন্দী, পাৰ্ছিয়ান, আৰবীক, বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, হোম ছাইন্স আদি বিষয়ৰ পৰীক্ষা।
  • আনহাতে ১১ অক্টোবৰত অনুষ্টিত হ’ব MIL বিষয়ৰ পৰীক্ষা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি