১ অক্টোবৰ পৰা বিশেষ মেট্ৰিক পৰীক্ষা…

১ অক্টোবৰ পৰা বিশেষ মেট্ৰিক পৰীক্ষা…
  • ঘোষণা কৰা হ'ল বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী।
  • আগন্তুক ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বিশেষ মেট্ৰিক পৰীক্ষা।
  • ১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা।
  • ৪ অক্টোবৰত অনুষ্ঠিত হ'ব গণিত বিষয়ৰ পৰীক্ষা।
  • ৮ অক্টোবৰত অনুষ্ঠিত হ'ব বিজ্ঞান বিষয়ৰ পৰীক্ষা।
  • ৯ অক্টোবৰত অনুষ্ঠিত হ'ব ঐচ্ছিত গণিত, ঐচ্ছিক অসমীয়া, সংস্কৃত, হিন্দী, পাৰ্ছিয়ান, আৰবীক, বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, হোম ছাইন্স আদি বিষয়ৰ পৰীক্ষা।
  • আনহাতে ১১ অক্টোবৰত অনুষ্টিত হ'ব MIL বিষয়ৰ পৰীক্ষা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in