ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম…

ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম…
  • চিবিআই বিশেষ আদালতৰ অনুমতি প্ৰদান।
  • প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰামক চিবিআইৰ জিম্মালৈ প্ৰেৰণ।
  • ২৬ আগষ্টলৈ চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম।
  • ৫ দিনৰ বাবে জিম্মাত লোৱাৰ বাবে আৱেদন জনাইছিল চিবিআইয়ে।
  • লগতে ন্যায়ালয়ে কয়- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিয়াল আৰু অধিবক্তাই প্ৰতিদিনে ৩০ মিনিটৰ বাবে তেওঁক লগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in