কেন্দ্ৰীয় বাজেটঃ ২০২২ চনলৈ দেশৰ প্ৰতিঘৰ মানুহে লাভ কৰিব বিজুলী গেছ সংযোগ…

কেন্দ্ৰীয় বাজেটঃ ২০২২ চনলৈ দেশৰ প্ৰতিঘৰ মানুহে লাভ কৰিব বিজুলী গেছ সংযোগ…
  • বাজেটত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা।
  • ২০২২ চনলৈ দেশৰ প্ৰতিঘৰ মানুহে লাভ কৰিব বিজুলী গেছ সংযোগ।
  • ১.৯২ কোটি পৰিয়ালে লাভ কৰিব ঘৰ।
  • ভাৰতমালা নামেৰৰ পথ উন্নয়নৰ ব্যৱস্থা।
  • ৰে'ল খণ্ডৰ উন্নয়নৰ বাবে ৫০ লাখ কোটিৰ প্ৰয়োজনঃ নিৰ্মলা সীতাৰমন।
  • অসামৰিক বিমান পৰিবহণত বৃদ্ধি বিদেশী বিনিয়োগ।
  • সংবাদ মাধ্যমতো বাঢ়িছে বিদেশী বিনিয়োগ।
  • MSMEৰ উদ্যোগীয়ে ৫৯ মিনিটত ঋণ পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in