মনিশ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেনত ছেনিটাইজেশ্যন

মনিশ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেনত ছেনিটাইজেশ্যন
  • মহানগৰীৰৰ স্পেনিছ গাৰ্ডেনত প্ৰশাসনৰ ছেনিটাইজেশ্যন।
  • অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত কৰা হৈছে ছেনিটাইজেশ্যন।
  • পৌৰ নিগমে ছেনিটাইজ কৰিছে স্পেনিছ গাৰ্ডেন।
  • অভিজাত এপাৰ্টমেণ্টটোত প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ কৰিছে সাধাৰণ লোকৰ।
  • বাসিন্দাসকলকো যাবলৈ দিয়া হোৱা নাই বাহিৰলৈ।
  • কিয়নো শুকুৰবাৰে স্পেনিছ গাৰ্ডেনত এজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল।
  • লোকজনৰ নাম মনিশ তিবৰেৱাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in