শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

1,097
  • স্পেনিছ গাৰ্ডেনত প্ৰশাসনে যোগান ধৰিছে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।
  • প্ৰশাসনৰ লোকে যোগান ধৰিছে গেলামালৰ সামগ্ৰী।
  • পাচলিও অনলাইন ব্যৱস্থাৰে ক্ৰয় কৰিব পাৰিব স্পেনিছ গাৰ্ডেনৰ লোকসকলে।
  • লগতে ঔষধ পাতিও ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰিছে।
  • কোনো লোকক চিলিণ্ডাৰ প্ৰয়োজন হ’লেও সেই চিলিণ্ডাৰ যোগান ধৰিছে প্ৰশাসনৰ তৰফৰ পৰা।
  • ইফালে প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে কিছু ফোন নম্বৰো।
  • কোনো সামগ্ৰী প্ৰয়োজন ফোনযোগে বিচাৰিলেই প্ৰশাসনৰ তৰফৰ পৰা ঘৰত দিবহি সেই সামগ্ৰী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি