শেহতীয়া খবৰ
ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...  •  বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত...  •  নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ হাবুঙত ৫ শতাধিক গছ পুলি ৰোপন...

স্পেইনৰ উপ-প্ৰধানমন্ত্ৰী আক্ৰান্ত হ’ল কোৰোনা ভাইৰাছত…

3,221

ডিজিটেল ডেস্কঃ স্পেইনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চীনক অতিক্ৰম কৰিছে। দেশখনত এই পৰ্যন্তলৈকে ৩৪৩৪গৰাকী লোকৰ মৃত্যু হৈছে। ৪৭৬১০জন লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছৰ দ্বাৰা।

কেৱল সাধাৰণ লোকেই যে এই ভাইৰাছত আক্ৰান্ত হৈছে তেনে নহয়। স্পেইনৰ উপ-প্ৰধানমন্ত্ৰীও আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। চাৰ্মেন কালভোৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বুধবাৰে এই কথা সদৰী কৰিছে স্পেইনৰ চৰকাৰী সূত্ৰই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি