শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

স্পেচ এক্সৰ মহাকাশযানেৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ নাছাৰ ২ মহাকাশচাৰীৰ সফল যাত্ৰা…

311

ডিজিটেল ডেস্কঃ নাছাৰ দুগৰাকী মহাকাশচাৰীক সফলতাৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ প্ৰেৰণ কৰিলে স্পেচ এক্স নামৰ এটা ব্যক্তিগত কোম্পানীয়ে। ড্ৰেগ’ন স্পেচ ক্ৰাফ্ট নামৰ মহাকাশযানখনৰ দ্বাৰা নাছাৰ মহাকাশচাৰী দুজনক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠিওৱা হয়।

সফলতাৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ প্ৰেৰণ কৰা হয় নাছাৰ মহাকাশচাৰী ক্ৰমে ৰবাৰ্ট বেহেনকেন আৰু ডগ’লছ হাৰ্লেক। ইফালে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে- স্পেচ এক্সৰ মহাকাশযানখনেৰে যোৱা নাছাৰ দুয়োগৰাকী মহাকাশচাৰী সুৰক্ষিত তথা সুস্থ আছে। লগতে ইয়াৰে দ্বাৰা আমেৰিকাৰ আকাংক্ষাৰ এক নতুন যুগৰো আৰম্ভ হৈছে বুলি কয় ৰাষ্ট্ৰপতি ট্ৰাম্পে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি