অধিক অৱনতি ঘটিছে দক্ষিণ শালমাৰাৰ বান পৰিস্থিতিঃ উদ্ধাৰৰ বাবে প্ৰশাসনে লোৱা নাই ব্যৱস্থা…

অধিক অৱনতি ঘটিছে দক্ষিণ শালমাৰাৰ বান পৰিস্থিতিঃ উদ্ধাৰৰ বাবে প্ৰশাসনে লোৱা নাই ব্যৱস্থা…
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাত বান পৰিস্থিতি ভয়াবহৰ দিশে গতি কৰিছে।
  • বিপদসীমাৰ পৰা ৫৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ পানী।
  • জিলাখনৰ বহু অঞ্চল পূৰ্বৰে পৰা হৈ আছিল জলমগ্ন।
  • ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ন ন অঞ্চল হৈছে জলমগ্ন।
  • জিলাখনৰ এতিয়ালৈ প্ৰায় ডেৰ শতাধিক গাঁও বানৰ কবলত পৰিছে।
  • বানত আক্ৰান্ত হৈছে লক্ষাধিক লোক।
  • বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
  • বিপদত পৰিছে পশুধন।
  • বানাক্ৰান্তক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in