দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ-
  • দক্ষিণ শালমাৰা জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
  • সুখচৰ জিলা পৰিষদত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী।
  • ফেকামাৰী জিলা পৰিষদত অসম গণ পৰিষদৰ অগ্ৰগতি।
  • কালাপানী জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
  • কাকৰিপাৰা জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
দক্ষিণ শালমাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানৰ ফলাফল-

ভাৰতীয় জনতা পাৰ্টি

  • আঞ্চলিক পঞ্চায়তৰ সদস্য- ০
  • গাঁও পঞ্চায়তৰ সভাপতি- ০
  • পঞ্চায়তৰ সদস্য- ০৭
  • অসম গণ পৰিষদ
    আঞ্চলিক পঞ্চায়ত- ০২
  • গাঁও পঞ্চায়তৰ সভাপতি- ০২
  • পঞ্চায়তৰ সদস্য- ২২

কংগ্ৰেছ

  • আঞ্চলিক পঞ্চায়তৰ সদস্য- ০২
  • সভাপতি- ০১
  • পঞ্চায়তৰ সদস্য- ২৭

এ আই ইউ ডি এফ

  • আঞ্চলিক সদস্য- ০৭
  • সভাপতি- ০৭
  • পঞ্চায়ত সদস্য- ৩৮

নিৰ্দলীয়

  • আঞ্চলিক সদস্য- ০১
  • পঞ্চায়ত সদস্য- ১৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in