আজি দিনৰ ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

ফাইল ফটো
ফাইল ফটো
  • আজি দিনৰ ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰলৈ যাব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • ধুবুৰীৰ বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাব মুখ্য মন্ত্ৰী গৰাকী।
  • জিলা খনৰ হাটছিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সোণোৱালে।
  • লগত থাকিব অগপৰ তিনি মন্ত্ৰী আৰু হাগ্ৰাম মহিলাৰী।
  • মুখ্যমন্ত্ৰীৰ আগমনক লৈ জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে জিলা আৰক্ষী প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in