দক্ষিণ শালামাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ অভিযান, জব্দ ২২টা চোৰাং গৰু…

দক্ষিণ শালামাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ অভিযান, জব্দ ২২টা চোৰাং গৰু…
  • দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নদী পথত বি এছ এফৰ অভিযান।
  • এই অভিযানত জব্দ কৰা হয় ২২ টা চোৰাং গৰু।
  • ভাৰত-বাংলাদেশ সীমান্তৰ চকীৰ বি এছ এফে জব্দ কৰিছে গৰু কেইটা।
  • ইতিমধ্যে দক্ষিণ শালমাৰা থানাত গৰু কেইটা গতাই দিছে বি এছ এফে।
  • বুধবাৰেও সীমান্তৰ পৰা বি এছ এফে একেটা স্থানত ১০ টা গৰু জব্দ কৰিছিল।
  • বানৰ সুযোগ লৈ চোৰাং সৰ্বৰাহকাৰী তৎপৰ হৈছে।
  • বৰ্তমানে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন এলেকায়েদি অহৰহ গৰু সৰবৰাহ হ'বলৈ ধৰিছে।
  • আৰক্ষীয়ে গৰু জব্দ কৰিলে নিশাৰ ভিতৰত বিক্ৰী কৰি দিয়াৰহে অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in