দক্ষিণ কামৰূপত পথ দুৰ্ঘটনা

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বুধবাৰে দক্ষিণ কামৰূপৰ বনগাঁও কেম্পত পথ দুৰ্ঘটনা৷
  • বাইক আৰু টাটা ইণ্ডিকাৰ মুখামুখী সংঘৰ্ষ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দীপাংকৰ কলিতা নামৰ বাইক আৰোহীজন।
  • সংকটজনক অৱস্থাত আহত দীপাংকৰ কলিতাক জিএমচিএইচ লৈ প্ৰেৰণ।
  • আহত দীপাংকৰৰ ঘৰ গোৱালপাৰাৰ মাটিয়াত বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in