দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল…

দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল…
  • আম আদমি পাৰ্টিৰ প্ৰাৰ্থী ৰাঘৱ চাড়াই দাখিল কৰিলে মনোনয়ন পত্ৰ।
  • দক্ষিণ দিল্লী সংসদীয় সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী হিচাপে চাড়াই আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।
  • লগতে পশ্চিম দিল্লী সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন।
  • বিজেপিয়ে সমষ্টিটোত পৰবেশ বাৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in