চাকৰি লাগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ভেংকটেশ প্ৰসাদক…

চাকৰি লাগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ভেংকটেশ প্ৰসাদক…
  • চাকৰিৰ বাবে আৱেদন কৰিছে ভাৰতীয় দলৰ পূৰ্ব সদস্য তথা বলাৰ ভেংকটেশ প্ৰসাদে।
  • বিচিচিআইক আৱেদনপত্ৰ দাখিল কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
  • বিচিচিআইয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সদস্য নিৰ্বাচনৰ বাবে নিযুক্তি দিব নিৰ্বাচক।
  • সেই পদৰ নিযুক্তি বিচাৰি আৱেদনপত্ৰ দাখিল ভেংকটেশ প্ৰদাসৰ।
  • অজিত আগাৰকাৰে এই পদৰ বাবে ইতিমধ্যে দাখিল কৰিছে আৱেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in