শেহতীয়া খবৰ
অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  ভাইৰেল অশ্লীল ফটো! যুৱতীয়ে কৰিলে আত্মহত্যা

চাকৰি লাগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ভেংকটেশ প্ৰসাদক…

2,352
  • চাকৰিৰ বাবে আৱেদন কৰিছে ভাৰতীয় দলৰ পূৰ্ব সদস্য তথা বলাৰ ভেংকটেশ প্ৰসাদে।
  • বিচিচিআইক আৱেদনপত্ৰ দাখিল কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
  • বিচিচিআইয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সদস্য নিৰ্বাচনৰ বাবে নিযুক্তি দিব নিৰ্বাচক।
  • সেই পদৰ নিযুক্তি বিচাৰি আৱেদনপত্ৰ দাখিল ভেংকটেশ প্ৰদাসৰ।
  • অজিত আগাৰকাৰে এই পদৰ বাবে ইতিমধ্যে দাখিল কৰিছে আৱেদন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি