শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

‘ভাৰত-পাকিস্তানৰ মাজত প্ৰয়োজন নাই তৃতীয় ৰাষ্ট্ৰৰ’

299
  • ভাৰত-পাকিস্তানৰ মাজত কোনো তৃতীয় মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই।
  • দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সংঘাতৰ মাজতে এই কথা প্ৰকাশ কৰিলে এক চৰকাৰী সূত্ৰই।
  • ‘পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেই সকলো সমস্যাৰ সমাধান হ’ব।’
  • ‘মুখত নহয়, কামেৰে প্ৰমাণ কৰক পাকিস্তানৰ শান্তিপ্ৰিয়তা।’
  • ‘ভাৰতে কোনো মধ্যস্থতাকাৰীৰ জৰিয়তে পাকিস্তানৰ লগত আলোচনা নিবিচাৰে।’
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই কথা প্ৰকাশ কৰে চৰকাৰী সূত্ৰই।
  • অন্য ৰাষ্ট্ৰসমূহকো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানক ব্যৱস্থা গ্ৰহণত হেঁচা প্ৰয়োগৰ আহ্বান জনায় সূত্ৰটোৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি