বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আদৰিবলৈ বিমান বন্দৰত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আদৰিবলৈ বিমান বন্দৰত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী
  • বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আদৰিবলৈ সাজু বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী।
  • কলকতাৰ সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত গাংগুলী।
  • ক্ষন্তেক সময় পিছতে বিমান বন্দৰত উপস্থিত হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।
  • বাংলাদেশ-ভাৰতৰ মাজত অনুষ্ঠিত হ'বলগা প্ৰথম দ্বিবা-নৈশ টেষ্ট খেলখন উদ্বোধনী কৰিব শ্বেখ হাছিনাই।
  • ইডেন গাৰ্ডেনত শুকুৰবাৰে অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশৰ মাজৰ এই খেলখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in