চৌদি আৰবে মুকলি কৰি দিব ৮৫০জন ভাৰতীয় কয়দীক

চৌদি আৰবে মুকলি কৰি দিব ৮৫০জন ভাৰতীয় কয়দীক
  • চৌদি আৰবে মুকলি কৰি দিব ৮৫০জন ভাৰতীয় কয়দীক।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত ভ্ৰমণলৈ অহা চৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানে।
  • চৌদি আৰবৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে ৮৫০জন ভাৰতীয় লোক।
  • ভাৰতীয় হজ যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰো সিদ্ধান্ত।
  • যোৱা বুধবাৰে ভাৰতলৈ আহিছিল চৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in