কৌশিক হত্যাৰ ন্যায় বিছাৰি ধোদৰআলিত ৰাইজৰ প্ৰতিবাদ

কৌশিক হত্যাৰ ন্যায় বিছাৰি ধোদৰআলিত ৰাইজৰ প্ৰতিবাদ
  • সোমবাৰে চৰাইদেউৰ এঙেৰাত ধোদৰআলি অৱৰোধ।
  • কৌশিক ৰঞ্জন গগৈ নামৰ যুৱকজনৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ স্থানীয় ৰাইজৰ।
  • ৩ অক্টোবৰত মৃত্যু হৈছিল কঁঠালবাৰীৰ যুৱকজনৰ।
  • পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰাৰ অভিযোগ কৰিছে ৰাইজে।
  • তদন্তত আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ ৰাইজৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in