আজি হেলিকপ্টাৰেৰে মাজুলীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজি হেলিকপ্টাৰেৰে মাজুলীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

  • আজি গৃহসমষ্টি মাজুলীলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল।
  • ২১ জানুৱাৰীত হ'বলগা মিছিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ মাজুলীত মাজুলীত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী।
  • ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে পুৱা ১০.৩০ বজাত যাত্ৰা কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।
  • মাজুলীত তেওঁ উন্মোচন কৰিব জিলা উপায়ুক্তই মাজুলীক লৈ প্ৰস্তুত কৰা গীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in