শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

জেদ প্লাছ চিকউৰিটী নালাগে, এতিয়া মই মাজুলীৰ বিধায়কহে…

  • জেদ প্লাছ চিকউৰিটী এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • নিজেই আৰক্ষী নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে বিদায়ী মুখ্যমন্ত্ৰী গৰাকীয়ে।
  • ইফালে সলনি হল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ঠিকনাও।
  • মাজুলীৰ বিধায়ক হিচাপে নতুন ঠিকনা হব সোণোৱালৰ।
  • মাত্ৰ ৩জন হাউচ গাৰ্ড ৰাখি অন্য সকলোকে বিদায় দিলে সোণোৱালে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি