জেদ প্লাছ চিকউৰিটী নালাগে, এতিয়া মই মাজুলীৰ বিধায়কহে…

জেদ প্লাছ চিকউৰিটী নালাগে, এতিয়া মই মাজুলীৰ বিধায়কহে…
  • জেদ প্লাছ চিকউৰিটী এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • নিজেই আৰক্ষী নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে বিদায়ী মুখ্যমন্ত্ৰী গৰাকীয়ে।
  • ইফালে সলনি হল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ঠিকনাও।
  • মাজুলীৰ বিধায়ক হিচাপে নতুন ঠিকনা হব সোণোৱালৰ।
  • মাত্ৰ ৩জন হাউচ গাৰ্ড ৰাখি অন্য সকলোকে বিদায় দিলে সোণোৱালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in