শোণিতপুৰত পুত্ৰই কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃক

  • শোণিতপুৰৰ ৰঙাপৰাত নৃশংস হত্যাকাণ্ড।
  • ৰঙাপৰাৰ কলনি বাগিচাৰ হাস্পতাল লাইনত পুত্ৰই কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃক।
  • পুত্ৰৰ কুঠাৰ ঘাপত থিতাতে প্ৰাণ হেৰুৱালে শুকু মুণ্ডা নামৰ লোকজনে।
  • পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ কৰণ মুণ্ডাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in