শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ
  • ৰাজ্যত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ।
  • শুকুৰবাৰে নিশা শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ।
  • খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে নিশা ভাঙিলে ১নং নামনিগাঁভত ৬ টাকৈ বাসগৃহ।
  • বহুসময় ধৰি গাঁওখনত উপদ্ৰৱ চলোৱাৰ পিছত ৰাইজে খেদি পঠায় হাতীৰ জাকটোক।
  • বন বিভাগক খবৰ দিয়াৰ পিছতো যথাসময়ত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে গঞা ৰাইজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in