শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ

শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ
  • প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে।
  • প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ২,৪৪৪ গৰাকী প্ৰাৰ্থীয়ে৷
  • তাৰে জিলা পৰিষদৰ সদস্য পদত ৬২ গৰাকী।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ২১৮ গৰাকী।
  • গাঁও পঞ্চায়তৰ সভাপতি পদত ২৪৯ গৰাকী।
  • গাঁও পঞ্চায়তৰ সদস্য পদত ১৯১৫ গৰাকী প্ৰাৰ্থী।
  • ইয়াৰ সমান্তৰালকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত এগৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা।
  • ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে গাঁও পঞ্চায়তৰ ৫৭ গৰাকী সদস্য।
  • আজি মনোনয়ন প্ৰত্যাহাৰৰ পাছত প্ৰকাশ হ'ল প্ৰাৰ্থীৰ তালিকা।
  • ইফালে জিলাখনৰ ৩টা গাঁও পঞ্চায়ত সদস্য পদৰ বাবে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in