শেহতীয়া খবৰ
তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী

শোণিতপুৰৰ বৰছলাৰ ধলগুৰীত এসপ্তাহে সন্ধানহীন বৃদ্ধা মহিলা…

86

ডিজিটেল সংবাদ,ওৰাং: শোণিতপুৰ জিলাৰ শিঙৰী আৰক্ষী চকীৰ অন্তৰ্গত ধলগুৰী পথাৰ গাওঁৰ জেলেকা খাতুন নামৰ বৃদ্ধা গৰাকী বিগত এসপ্তাহে সন্ধানহীন হৈছে৷পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই গৰাকী বৃদ্ধাৰ কোনো শুংসুত্ৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে৷

ইফালে ঘৰৰ পৰা গাওঁ খনলৈ ওলাই আহি জেলেকা খাতুন নামৰ বৃদ্ধা গৰাকী সন্ধানহীন হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃদ্ধা মহিলা গৰাকীৰ কোনো লোকে সম্ভেদ পালে 9613699848 অথবা 6002172438 মবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি