শোণিতপুৰৰ বৰছলাৰ ধলগুৰীত এসপ্তাহে সন্ধানহীন বৃদ্ধা মহিলা…

শোণিতপুৰৰ বৰছলাৰ ধলগুৰীত এসপ্তাহে সন্ধানহীন বৃদ্ধা মহিলা…

ডিজিটেল সংবাদ,ওৰাং: শোণিতপুৰ জিলাৰ শিঙৰী আৰক্ষী চকীৰ অন্তৰ্গত ধলগুৰী পথাৰ গাওঁৰ জেলেকা খাতুন নামৰ বৃদ্ধা গৰাকী বিগত এসপ্তাহে সন্ধানহীন হৈছে৷পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই গৰাকী বৃদ্ধাৰ কোনো শুংসুত্ৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে৷

ইফালে ঘৰৰ পৰা গাওঁ খনলৈ ওলাই আহি জেলেকা খাতুন নামৰ বৃদ্ধা গৰাকী সন্ধানহীন হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃদ্ধা মহিলা গৰাকীৰ কোনো লোকে সম্ভেদ পালে 9613699848 অথবা 6002172438 মবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in