শোণিতপুৰৰ মিছামাৰীত অঘটন

শোণিতপুৰৰ মিছামাৰীত অঘটন
  • শোণিতপুৰ জিলাৰ মিছামাৰীত অঘটন।
  • বেলশিৰিত ৰে'লে মহতিয়ালে এগৰাকী বৃদ্ধাক।
  • বেলশিৰি ৰে'লৱে দলং পাৰ হওঁতেই সংঘটিত হয় এই ঘটনা।
  • চলন্ত ৰে'লে মহতিয়াই নিয়ে মহিলাগৰাকীক।
  • যাৰ বাবে প্ৰাণ হেৰুৱাই মহিলাগৰাকীয়ে।
  • মৃত বৃদ্ধাগৰাকীৰ নাম জোনাকী বড়ো।
  • ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in