শোণিতপুৰত বন্যহস্তীয়ে চলালে তাণ্ডৱ, কাণসাৰ নাই বন বিভাগৰ

শোণিতপুৰত বন্যহস্তীয়ে চলালে তাণ্ডৱ, কাণসাৰ নাই বন বিভাগৰ
  • ৰাজ্যত বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত।
  • শোণিতপুৰৰ ৰঙাপাৰাত বন্যাহস্তীয়ে চলালে তাণ্ডৱ।
  • বন্যাহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।
  • শনিবাৰে নিশা ৰঙাপৰাৰ বৌদ্ধ মন্দিৰৰ সমীপত বন্যাহস্তীৰ উপদ্ৰৱ।
  • ৰাজেশ কৰ্মকাৰ, নাৰু মুণ্ডা, মহেশ দাস আৰু ধনিৰাম দাস নামৰ লোককেইজনৰ বাসগৃহ ভাঙি তচনচ কৰিলে বন্যহস্তীয়ে।
  • দীৰ্ঘদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱৰ বিষয়ে অৱগত কৰাৰ স্বত্তেও বন বিভাগে কোনো গুৰুত্ব নিদিয়াক লৈ ক্ষোভিত অঞ্চলবাসী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in