শোণিতপুৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

শোণিতপুৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

শোণিতপুৰৰ পঞ্চায়ত নিৰ্বাচন ফলাফলঃ

জিলা পৰিষদৰ মুঠ আসন- ১৯

  • ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছেঃ ১৬
  • কংগ্ৰেছে লাভ কৰিছেঃ ৩
  • অগপই লাভ কৰিছেঃ ০
  • নিৰ্দলীয়ই লাভ কৰিছেঃ ০

পঞ্চায়ত সভাপতি পদৰ মুঠ সংখ্যা- ৮২

  • বিজেপিয়ে লাভ কৰিছেঃ ৬৮
  • কংগ্ৰেছে লাভ কৰিছেঃ ১২
  • অগপই লাভ কৰিছেঃ ১
  • নিৰ্দলীয়ই লাভ কৰিছেঃ ১

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা- ৮২

  • বিজেপিয়ে লাভ কৰিছেঃ ৬৯
  • কংগ্ৰেছে লাভ কৰিছেঃ ১২
  • অগপই লাভ কৰিছেঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in