শোণিতপুৰৰ একাংশ গাঁৱৰ প্ৰবেশ স্থানত বেৰিকেড স্থাপন কৰাক লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা…

ফাইল ফটো
ফাইল ফটো
  • শোণিতপুৰ জিলাৰ একাংশ গাঁও তথা অঞ্চলৰ প্ৰবেশ স্থানত বেৰিকেড স্থাপন কৰাক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।
  • কোভিড-১৯ ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বহু গাঁৱবাসীয়ে লোৱা এই পদক্ষেপৰ দৃষ্টিগোচৰ হৈছে প্ৰশাসনৰ।
  • সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰী মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশযোগে তৎকালীনভাৱে এনে সকলো বেৰিকেড আঁতৰ কৰিবলৈ বা উঠাই ল'বলৈ নিৰ্দেশ জাৰি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in