শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

শোণিতপুৰৰ একাংশ গাঁৱৰ প্ৰবেশ স্থানত বেৰিকেড স্থাপন কৰাক লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা…

895
  • শোণিতপুৰ জিলাৰ একাংশ গাঁও তথা অঞ্চলৰ প্ৰবেশ স্থানত বেৰিকেড স্থাপন কৰাক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।
  • কোভিড-১৯ ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বহু গাঁৱবাসীয়ে লোৱা এই পদক্ষেপৰ দৃষ্টিগোচৰ হৈছে প্ৰশাসনৰ।
  • সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰী মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশযোগে তৎকালীনভাৱে এনে সকলো বেৰিকেড আঁতৰ কৰিবলৈ বা উঠাই ল’বলৈ নিৰ্দেশ জাৰি কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি