শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

জামুগুৰিহাটৰ অভিনেতা, শিক্ষাবিদ ভবেন বৰালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’…

137

ডিজিটেল ডেস্কঃ ২০১৯ বৰ্ষৰ বাবে ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’ৰ বাবে বাচনি কৰিছে বিশিষ্ট শিক্ষাবিদ, অভিনেতা, প্ৰযোজক, লেখক ভবেন বৰাক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰগাঁও নিবাসী ভবেন বৰা শিক্ষকতা বৃত্তিৰ লগতে সাহিত্য-সংস্কৃতিৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ আছিল।

নাট্যকাৰ, অভিনেতা, নাট পৰিচালক তথা শিক্ষাবিদ গৰাকীক কেতিয়া আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব সেই তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও, ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বিভাগীয় সঞ্চালকক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি