শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

চি ডব্লিউ চি বৈঠকৰ মাজতে ছোনীয়া আৰু ৰাহুল গান্ধীয়ে ত্যাগ কৰিলে সভাকক্ষ…

894
  • চি ডব্লিউ চি বৈঠকৰ মাজতে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে ত্যাগ কৰিলে সভাকক্ষ।
  • সভাকক্ষৰ বাহিৰত সংবাদমাধ্যমক কয় যে- ‘বৈঠক ত্যাগ কৰাৰ বিশেষ কোনো কাৰন নাই।’
  • ‘পৰৰ্ৱতী অধ্যক্ষ নিৰ্বাচনী প্ৰক্ৰিয়াত মই আৰু ৰাহুল অংশ লব নোৱাৰিম।’
  • ‘এই সন্দৰ্ভত আৱলোচনা কৰিবলৈ দলৰ এখন অন্য কমিটী আছে।’
  • ‘বৈঠকত সেই সন্দৰ্ভত চলি আছে আলোচনা।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি