চি ডব্লিউ চি বৈঠকৰ মাজতে ছোনীয়া আৰু ৰাহুল গান্ধীয়ে ত্যাগ কৰিলে সভাকক্ষ…

চি ডব্লিউ চি বৈঠকৰ মাজতে ছোনীয়া আৰু ৰাহুল গান্ধীয়ে ত্যাগ কৰিলে সভাকক্ষ…
  • চি ডব্লিউ চি বৈঠকৰ মাজতে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে ত্যাগ কৰিলে সভাকক্ষ।
  • সভাকক্ষৰ বাহিৰত সংবাদমাধ্যমক কয় যে- 'বৈঠক ত্যাগ কৰাৰ বিশেষ কোনো কাৰন নাই।'
  • 'পৰৰ্ৱতী অধ্যক্ষ নিৰ্বাচনী প্ৰক্ৰিয়াত মই আৰু ৰাহুল অংশ লব নোৱাৰিম।'
  • 'এই সন্দৰ্ভত আৱলোচনা কৰিবলৈ দলৰ এখন অন্য কমিটী আছে।'
  • 'বৈঠকত সেই সন্দৰ্ভত চলি আছে আলোচনা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in