বিজয়ী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ৰায়বৰেলীত উপস্থিত হৈ ভোটাৰক ধন্যবাদ ছোনীয়া গান্ধীৰ

বিজয়ী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ৰায়বৰেলীত উপস্থিত হৈ ভোটাৰক ধন্যবাদ ছোনীয়া গান্ধীৰ
  • গৃহ সমষ্টি ৰায়বৰেলীত গুৰুত্বপূৰ্ণ বৈঠকত বহে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধী।
  • বৈঠকত উপস্থিত থাকে কেইবাজনো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা।
  • বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • নেত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে কন্যা তথা পূব উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী।
  • ৰায়বৰেলীৰ ৰাইজক ধন্যবাদ দিয়ে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে।
  • উত্তৰ প্ৰদেশত কোনো দলৰ সৈতে বিধানসভাত মিত্ৰতা নোহোৱাৰ কথা বৈঠকৰ পিছতে ঘোষণা কৰে কংগ্ৰেছ নেতা সঞ্জয় সিনহাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in