শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

বিজয়ী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে ৰায়বৰেলীত উপস্থিত হৈ ভোটাৰক ধন্যবাদ ছোনীয়া গান্ধীৰ

189

  • গৃহ সমষ্টি ৰায়বৰেলীত গুৰুত্বপূৰ্ণ বৈঠকত বহে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধী।
  • বৈঠকত উপস্থিত থাকে কেইবাজনো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা।
  • বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

  • নেত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে কন্যা তথা পূব উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী।
  • ৰায়বৰেলীৰ ৰাইজক ধন্যবাদ দিয়ে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে।
  • উত্তৰ প্ৰদেশত কোনো দলৰ সৈতে বিধানসভাত মিত্ৰতা নোহোৱাৰ কথা বৈঠকৰ পিছতে ঘোষণা কৰে কংগ্ৰেছ নেতা সঞ্জয় সিনহাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি