ৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল

ৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল
  • ৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল।
  • বিশাল সমদলৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে।
  • মনোনয়ন দাখিলৰ সমান্তৰালৈ ছোনীয়াই অংশ লয় এক ৰোড শ্ব'ত।
  • হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ অংশগ্ৰহণত অনুষ্ঠিত হয় ৰোড শ্ব'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in