জয়ৰ পিছত প্ৰথমবাৰ ৰায়বৰেলীত ছোনীয়া, লগত প্ৰিয়ংকা

জয়ৰ পিছত প্ৰথমবাৰ ৰায়বৰেলীত ছোনীয়া, লগত প্ৰিয়ংকা

  • গৃহ সমষ্টি ৰায়বৰেলীত উপস্থিত ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীৰ।
  • লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা জয়লাভ কৰাৰ পিছত এয়া ছোনীয়া গান্ধীৰ প্ৰথম ৰায়বৰেলী ভ্ৰমণ।
  • ৰায়বৰেলীত উপস্থিত হোৱাৰ পিছতে নেত্ৰীগৰাকীক উষ্ম আদৰণি কংগ্ৰেছ নেতা-কৰ্মীৰ।
  • ছোনীয়া গান্ধীৰ এই ভ্ৰমণকালত সংগ দিয়ে কংগ্ৰেছ নেত্ৰী তথা কন্যা প্ৰিয়ংকা গান্ধীয়ে।
  • বুধবাৰে ৰায়বৰেলীত এক জনসভা সম্বোধন কৰিব ছোনীয়া গান্ধীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in