চাউল কেলেংকাৰীৰ তদন্ত বিচাৰি গ্ৰেপ্তাৰ হ’ল সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলে, VIDEO

চাউল কেলেংকাৰীৰ তদন্ত বিচাৰি গ্ৰেপ্তাৰ হ’ল সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলে, VIDEO
  • কাজিৰঙাৰ সমবায়ৰ চাউল কেলেংকাৰীৰ নতুন মোৰ।
  • গোচৰীয়া পক্ষক থানালৈ মাতি লক আপত ভৰালে বোকাখাত আৰক্ষীয়ে।
  • বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জীপালৰ সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেক।
  • ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ।
  • কাজিৰঙা সমবায় সমিতিৰ পৰা হৰলুকি হোৱা ৮০০ কুইণ্টল চাউলৰ তদন্তৰ বাবে সোমবাৰে বোকাখাত আৰক্ষী থানাত গোচৰ দিছিল জীপালে।
  • মঙলবাৰে তেওঁলোকৰ জাবান বন্দী লবলৈ মাতিছিল বোকাখাত আৰক্ষীয়ে।
  • তাৰ পিছতে কৰে গ্ৰেপ্তাৰ কৰে ২ নেতাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in