সোণাৰিত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

  • সোণাৰিত বিজেপিৰ বিৰুদ্ধে দল-সংগঠন, ৰাইজৰ প্ৰতিবাদ।
  • চৰাইদেউৰ ঐতিহাসিক নাহৰআলি নিৰ্মাণৰ দাবীত মিৰিপথাৰ, বাবৰীয়া, ভজোবাসীসহ কেইবাটাও দল-সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী।
  • বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ।
  • চলিত বৰ্ষৰ ২৪ এপ্ৰিলত মন্ত্ৰী তপন গগৈয়ে পথটোৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈ কোনো কাম নকৰাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in