কেঁচা চাহপাতৰ মূল্য হ্ৰাসঃ চৰাইদেউ সোনাৰিত চাহ খেতিয়কৰ প্ৰতিবাদ…

কেঁচা চাহপাতৰ মূল্য হ্ৰাসঃ চৰাইদেউ সোনাৰিত চাহ খেতিয়কৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,চৰাইদেউঃ কেচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰাত ভয়ংকৰ বিপদৰ সন্মুখীন হবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল । বৃহস্পতিবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বান মৰ্মে চৰাইদেউ জিলাৰ সোনাৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেচা চাহপাতৰ উচিত মূল্য নিৰ্দ্ধাৰণ কৰা দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ক'ভিড প্ৰটক'লৰ মানি জিলা
চাহ খেতিয়ক সন্হাৰ কৰ্মীসকলে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in