শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

কেঁচা চাহপাতৰ মূল্য হ্ৰাসঃ চৰাইদেউ সোনাৰিত চাহ খেতিয়কৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,চৰাইদেউঃ কেচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰাত ভয়ংকৰ বিপদৰ সন্মুখীন হবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল । বৃহস্পতিবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বান মৰ্মে চৰাইদেউ জিলাৰ সোনাৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেচা চাহপাতৰ উচিত মূল্য নিৰ্দ্ধাৰণ কৰা দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ক’ভিড প্ৰটক’লৰ মানি জিলা
চাহ খেতিয়ক সন্হাৰ কৰ্মীসকলে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি