সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক

সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক
  • সোণাৰিত দণ্ডাধীশ প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত দুৰ্নীতি বিৰোধী অভিযান।
  • অভিযানত আৰক্ষীয়ে আটক কৰে ৫ গৰাকী দুৰ্নীতিত লিপ্ত হিচাপ পৰীক্ষকক।
  • হিচাপ পৰীক্ষক কেইজন ক্ৰমে- গুৱাহাটীৰ ৰফিকুদ্দিন আহমেদ, চৈকত ভট্টাচাৰ্য।
  • হেম বাহাদুৰ, সুব্ৰত দুৱৰা আৰু নগাঁৱৰ যুগল কিশোৰ তামুলী।
  • ধনৰ লেনদেনৰ বাবে হোটেলত বাহৰ পাতিছিল বিষয়াকেইজনে।
  • গোপন তথ্যৰ ভিত্তিত হোটেল গ্ৰীন ভিউৰ ৭নং কোঠাৰ পৰা পৰীক্ষক কেইজনক আটক কৰে আৰক্ষীয়ে।
  • সোণাৰিৰ গাঁও পঞ্চায়তৰ সচিবৰ পৰা ধন লোৱাৰ অভিযোগত অভিযুক্ত আছিল পৰীক্ষক কেইজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in