সোণাৰীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহন, আহত ৪০জনকৈ চাহ শ্ৰমিক

সোণাৰীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহন, আহত ৪০জনকৈ চাহ শ্ৰমিক
  • সোণাৰীৰ অভয়পুৰত পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল এখন টাটা ডি আই।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় ৪০জনকৈ চাহ শ্ৰমিক।
  • আহত আটাইকেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
  • জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি উভতি অহা সময়তে দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in