সোণাৰিত ৰাজপথত বাগৰিল বলেৰ’, সংকটজনক অৱস্থাত আহত চালকক ভৰ্তি চিকিৎসালয়ত… VIDEO

সোণাৰিত ৰাজপথত বাগৰিল বলেৰ’, সংকটজনক অৱস্থাত আহত চালকক ভৰ্তি চিকিৎসালয়ত…  VIDEO
  • সোণাৰিৰ অভয়পুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণহীন হৈ এখন বলেৰ' গাড়ী বাগৰি পৰে ৰাজপথত।
  • দুৰ্ঘটনাগ্ৰস্ত বলে'ৰখনৰ নম্বৰ এ এছ ০৪ এম ৩৫২৫।
  • বৃহস্পতিবাৰে দিনৰ ভাগত সোণাৰিৰপৰা শিৱসাগৰ অভিমুখে গৈ থকা সময়ত দুৰ্ঘটনাত পতিত হয় বাহনখন।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বলেৰ'খনৰ চালক ইমৰান খান।
  • আহত চালকজনক চিকিৎসাৰ বাবে সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in