শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ… VIDEO

128
  • সোমবাৰে সোণাপুৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
  • কোৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয় সাজু কৰা হৈছে ১৫০খন বিচনা আৰু ১৬খন আইচিইউ বিচনা।
  • মঙলবাৰৰ পৰা চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ তথা স্বাস্থ্য কৰ্মীসকলৰ বাবে COVID-19 সম্পৰ্কত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি