সোণাই ৰূপাইত চোৰাং কাঠ ব্যৱসায়ীৰে বনৰক্ষীৰ গুলীয়াগুলী…

সোণাই ৰূপাইত চোৰাং কাঠ ব্যৱসায়ীৰে বনৰক্ষীৰ গুলীয়াগুলী…
  • সোণোই ৰূপাই অভ্যয়াৰণ্যত গুলীয়াগুলীৰ ঘটনা।
  • চোৰাং কাঠ ব্যৱসায়ীৰে বনৰক্ষীৰ গুলীয়াগুলী।
  • দীৰ্ঘেশ্বৰী বন শিবিৰৰ কাষত সংঘটিত হৈছে এই ঘটনা।
  • ১৫ জনীয়া এটা চোৰাং কাঠ ব্যৱসায়ীৰ দল প্ৰৱেশ কৰিছিল সোণাই ৰূপাইত।
  • ইয়াৰ পিছতে তদলদাৰী বনৰক্ষীৰ মুখামুখি হয় দলটো।
  • বনৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি প্ৰথমে চোৰাং কাঠ ব্যৱসায়ী দলটোৱে চলাইছিল গুলী।
  • ইয়াৰ পিছেতে বনৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰ দিয়ে আৰু এটা চোৰাং কাঠ ব্যৱসায়ী গুলীবিদ্ধ হয়।
  • গুলীবিদ্ধ চোৰাং কাঠ ব্যৱসায়ীটোৰ নাম হালনা দৈমাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in