শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

1,014

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ছলাপথাৰত পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ছলাপথাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই বৰ্বৰ ঘটনা।

ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ জন্মদাত্ৰী মাতৃক হত্যা কৰা হত্যাকাৰী আশ্বাদুল হকক (৩৫) আটক কৰিবলৈ সক্ষম হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি