পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ছলাপথাৰত পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ছলাপথাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই বৰ্বৰ ঘটনা।

ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ জন্মদাত্ৰী মাতৃক হত্যা কৰা হত্যাকাৰী আশ্বাদুল হকক (৩৫) আটক কৰিবলৈ সক্ষম হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in