লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জীৰ দেহাৱসান

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জীৰ দেহাৱসান

  • সোমনাথ চেতাৰ্জী আৰু নাই।
  • ৮৯ বছৰ বয়সত মৃত্যু হ'ল চেতাৰ্জীৰ।
  • ১২ আগষ্টৰ পৰা ভেণ্টিলেটৰত আছিল চেতাৰ্জী।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ ৰাজনীতিবিদ গৰাকী।
  • ২০০৪ৰ পৰা ২০০৯চনলৈ তেওঁ আছিল লোকসভাৰ অধ্যক্ষ।
  • সোমবাৰে পুৱাই কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in