শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ছ’চিয়েল মিডিয়াত চৰ্চাঃ কিয় বিজেপিকৰণ কৰা হ’ল জোনবিল মেলা! VIDEO

371

ডিজিটেল ডেস্কঃ ২১ জানুৱাৰীৰ পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই মেলাৰ। তাৰ মাজতে ছ’চিয়েল মিডিয়াত এইবাৰৰ জোনবিল মেলাখন এক প্ৰকাৰে বিজেপিকৰণ কিয় কৰা হ’ল বুলিও চৰ্চা চলিছে।

এই মেলালৈ যাব লগা মুল প্ৰৱেশ পথৰ দুয়ো কাষত দেখা গৈছে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ফটো। প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি বহু কেইগৰাকী বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ফটো আঁৰোৱা হৈছে মুল প্ৰৱেশ পথটোৰ দুয়ো কাষত। পিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোখন আছে ২৫ নম্বৰতহে। জোনবিল মেলাক লৈ এনেদৰেই চলিছে এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি