এফালে বৰফৰ শুভ্ৰ আচ্ছাদন, আনফালে তীব্ৰ যান-জঁটে সৃষ্টি কৰিছে অসুবিধাৰ

এফালে বৰফৰ শুভ্ৰ আচ্ছাদন, আনফালে তীব্ৰ যান-জঁটে সৃষ্টি কৰিছে অসুবিধাৰ
  • বৰফৰ বগা আচ্ছাদনে ঢাকিছে হিমাচল প্ৰদেশ।
  • কুল্লু জিলাৰ ছোলাঙত হিমপাতে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ।
  • কিন্তু তাৰ মাজতো সৃষ্টি হৈছে তীব্ৰ অসুবিধাৰ।
  • মানালী-লেহ ৰোডত তুষাৰ পাতে সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ।
  • দীৰ্ঘ সময় ধৰি পথটোত আবদ্ধ হৈ পৰে যান-বাহনসমূহ।
  • নান্দনিক পৰিৱেশৰ মাজতে তীব্ৰ যান-জঁটৰ সমস্যাই বিপাঙত পেলাইছে সকলোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in