পদুম ফুলত ভোট দিয়ক যাতে উন্নতিৰ চাইকেলখনৰ চকা নাফাটেঃ কেন্দ্ৰীয় মন্ত্ৰী, VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হৈছে। সকলো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও এক ৰেলীত দেওবাৰে অংশ লয়। কানপুৰত দেওবাৰে এই ৰেলীত অংশ লৈ তেওঁ বিৰোধীক সমালোচনা কৰাৰ লগতে জনতা আৰু অঞ্চলটোৰ বিকাশৰ কথা কোৱা দেখা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটিত কয়- 'যেতিয়া হাতীয়ে চাইকেল চলাই তেতিয়া চাইকেলৰ চকা ফাটি যোৱাটো নিশ্চিত। আৰু উত্তৰপ্ৰদেশৰ উন্নতিৰ চাইকেলখনৰ চকা যাতে ফাটি নাযাওঁক তাৰ বাবে ভোটগ্ৰহণৰ দিনা পদুমৰ ফুলত ভোট দিয়ক। উন্নতিৰ চাইকেলখন যাতে লক্ষ্যত উপনীত হয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in